কিৰিং কিৰিং. . . . . . .
হঠাৎ ফোনটো বাজি ওঠিল. . . . . .
পোৱাই পোৱাই কোনে ফোন কৰিল আজি . . . .
ফোনটো Receive কৰি Hello বুলি কৈ এক মুহূৰ্তৰ বাবে থমকি ৰলো মই. . . .
এটা চিনাকি মাত. . .
" অনুৰাগ ভালে আছানে........???"
মোৰ উশাহবোৰ ঘন হৈ আহিল . . . . . .
ভৰি তলৰ মাটিবোৰ কপিবলৈ ধৰিলে . . .
লাহে লাহে কমিব ধৰা বুকুৰ বিষতো বাঢ়ি আহিল
আহ:......কি যন্ত্ৰণা . . . . . . . .
নিজকে অলপ সান্তনা দি. . . . . . . .
কপা কপা মাতেৰে সুধিলো কি. . . . কিয় ফোন কৰিলা. . . . .
" বহুদিন তোমাৰ খবৰ পোৱা নাই
ভালে আছানে........? "
হাঁহি ওঠি গ'ল . . . . . .
ভাল ভাল . . . . . বহুত সুখী মই. . . . .
বহুত সুখত আছোঁ মই. . . . . . তোমি আতৰি যোৱাৰে পৰা. . . . . .
এবাৰ হাঁহু এবাৰ কান্দো . . . . কেতিয়াবা দাঙৰ দাঙৰ কৈ চিঞৰো . . . .
বহুত সুখী মই. . . . . . .
তোমি কেতিয়াবা শুনিছা নে. . . . . ভাঙি যোৱা হৃদয়ৰ বিননি . . . .
কত শুনিবা. . . .
এপিয়লা সুখ পি. . . সুখৰ ৰাগীত মাতাল তুমি . . .
কেনেকৈ বুজিবা. . . . .
যদি আতৰিয়েই যোৱাৰ কথা ভাবিছিলা. . . . .
কিয় দিছিলা মিছা শান্তনা. . .
কিয় খাইছিলা ইমান শপত . . . .
তোমাৰ মনত আছেনে . . .
তোমি চাগে পাহৰিলা. . . . . . .
ৰংঘৰ বাকৰিৰ সেই আবেলিৰ কথা . . . .
মোক যে কৈছিলা. . . .
" সৌ আকাশলৈ চোৱাচোন . . . . . .
কিমান যেধুনীয়া . . . .
মই যদি আকাশ হলোহেতেন. . . . . "
ওও. . . . . মইও চাই আছোঁ . . . . .
তোমাৰ চকুযোৰি আজি বৰ ৰঙা হৈ আছে . . .
বৰষুণ দিবা নেকি . . . . .
তোমি হাঁহি হাঁহি মোৰ বুকুত মো'ৰ গুজি কৈছিলা
" জান মই তোমাক বহুত ভাল পাওঁ . . . . মোৰ কাষৰ পৰা কেতিয়াও আতৰি নাযাবা "
কিন্তু তুমিয়েই গুছি গলা মোৰ আশা, সকলো সপোন ভৰিৰে মোহাৰি . . .
এতিয়া আকৌ সুধিছা কেনে আছোঁ বুলি . . . . .
এফালৰ পৰা সকলো কথা বলিয়াৰ দৰে বকি গৈছিলোঁ . . . . ফোনটো কেতিয়া কাট খাই গল গমেই নাপালো. . . .
ওফ. . . এটা দিঘল হুমুনিয়াহ ওলাই আহিল. . .
{ তিনি দিন মানৰ আগৰ কথা বন্ধুসকলৰ লগত Share কৰিলো . . . ভুল হলে ক্ষমা কৰিব }
কাৰোবাক সচাঁ ভাল পোৱাৰ ধুনীয়া উপহাৰ পালোঁ
হঠাৎ ফোনটো বাজি ওঠিল. . . . . .
পোৱাই পোৱাই কোনে ফোন কৰিল আজি . . . .
ফোনটো Receive কৰি Hello বুলি কৈ এক মুহূৰ্তৰ বাবে থমকি ৰলো মই. . . .
এটা চিনাকি মাত. . .
" অনুৰাগ ভালে আছানে........???"
ভৰি তলৰ মাটিবোৰ কপিবলৈ ধৰিলে . . .
লাহে লাহে কমিব ধৰা বুকুৰ বিষতো বাঢ়ি আহিল
কপা কপা মাতেৰে সুধিলো কি. . . . কিয় ফোন কৰিলা. . . . .
ভালে আছানে........? "
ভাল ভাল . . . . . বহুত সুখী মই. . . . .
বহুত সুখত আছোঁ মই. . . . . . তোমি আতৰি যোৱাৰে পৰা. . . . . .
এবাৰ হাঁহু এবাৰ কান্দো . . . . কেতিয়াবা দাঙৰ দাঙৰ কৈ চিঞৰো . . . .
বহুত সুখী মই. . . . . . .
কত শুনিবা. . . .
এপিয়লা সুখ পি. . . সুখৰ ৰাগীত মাতাল তুমি . . .
কেনেকৈ বুজিবা. . . . .
কিয় দিছিলা মিছা শান্তনা. . .
কিয় খাইছিলা ইমান শপত . . . .
তোমি চাগে পাহৰিলা. . . . . . .
ৰংঘৰ বাকৰিৰ সেই আবেলিৰ কথা . . . .
মোক যে কৈছিলা. . . .
কিমান যেধুনীয়া . . . .
মই যদি আকাশ হলোহেতেন. . . . . "
তোমাৰ চকুযোৰি আজি বৰ ৰঙা হৈ আছে . . .
বৰষুণ দিবা নেকি . . . . .
ওফ. . . এটা দিঘল হুমুনিয়াহ ওলাই আহিল. . .
কাৰোবাক সচাঁ ভাল পোৱাৰ ধুনীয়া উপহাৰ পালোঁ
No comments:
Post a Comment